কাটাৰ অসম সমাজৰ ভোগালী বিহুৰ জাননী January 21, 2019অনুষ্ঠানassamsociety কাটাৰ অসম সমাজৰ ভোগালী বিহু তাৰিখ আৰু সময়-২৫জানুৱাৰী,২০১৯ শুকুৰবাৰ পুৱা ৯টাৰ পৰা বিয়লি ৩বজালৈ স্থান – মিউজিয়াম অৱ ইছলামিক আৰ্টৰ পাৰ্ক সকলোৰে সহযোগ আৰু উপস্থিতি কামনা কৰা হ’ল৷ Magh Bihu Celebration,2014 ধন্যবাদ৷